কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন-ঘিলামৰা


৬৭সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ঘিলামৰা


হুঁচৰি প্ৰতিযোগিতা 

প্ৰথম- বিৰিণা হুঁচৰি দল পেঙেৰী ডিগবৈ।
দ্বিতীয়- পচোৱা হুঁচৰি দল ডিগবৈ।
বিৰিণা হুঁচৰি দল মৰাণ।
তৃতীয় – গোমচেং হুঁচৰি দল ঘিলামৰা ।
চতুৰ্থ – ধনকলীয়া হুঁচৰি দল পশ্চিম ধেমাজি ।
চেংনাং হুঁচৰি দল বৰবৰুৱা ডিব্ৰুগড়।
পঞ্চম – বিৰিণা হুঁচৰি দল ধেমাজি ।


বিহুৱতী প্ৰতিযোগিতা

প্ৰথম – (184) মাৰ্চিলীনা দুৱৰা ।
দ্বিতীয় – (166)প্ৰিয়ংকা খনিকৰ।
তৃতীয় -(149)জ্যোতিস্না ডাফলাৰী।


টকা বিহু প্ৰতিযোগিতাৰ ফলাফল। 

প্ৰথম – বহমথুৰনী গাভৰু টকা বিহু দল তিনিচুকীয়া।
দ্বিতীয়- দিহিংপৰীয়া যুৱতী টকা বিহু দল।
তৃতীয়- বৰদলনি আঞ্চলিক টকা বিহু দল।


সৰু বিহুৱা প্ৰতিযোগিতা 

প্ৰথম – লক্ষ্যৰাজ গগৈ
দ্বিতীয় – প্ৰিন্স গগৈ


সৰু বিহুৱতী প্ৰতিযোগিতা

প্ৰথম-জুবলী বৰদলৈ।
দ্বিতীয়- নেহা শইকীয়া।
তৃতীয় – ভাৰলীনা দত্ত।
নিষ্ঠা প্ৰিয়া বৰুৱা ।


৬৬সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ঘিলামৰা


বৰ বিহুৱতী প্ৰতিযোগিতা 

প্ৰথম: শ্ৰী নিশিকৃষ্ণা (ক্ৰ:নং ২১৪)(গোগামুখ)

দ্বিতীয়: শ্ৰী চয়নিকা দেৱী( ক্ৰ:নং: ২০৯)(ধেমাজি)

তৃতীয়: শ্ৰী ডিম্পল শইকীয়া (ক্ৰ:নং: ২১৭) (বান্দৰদেৱা)


বিহুৱতী প্ৰতিযোগিতা 

প্ৰথম: শ্ৰী চানুপ্ৰিয়া গোঁহাই (ক্ৰ:নং ২৬৫)

দ্বিতীয়: শ্ৰী লাকী গগৈ( ক্ৰ:নং: ৩০০)

তৃতীয়: শ্ৰী ৰিচিকা গোঁহাই (ক্ৰ:নং: ২৫৬)


সৰু বিহুৱতী প্ৰতিযোগিতা 

প্ৰথম: শ্ৰী জাছিংফা বৰগোঁহাই (ক্ৰ:নং ১৭৯)

দ্বিতীয়: শ্ৰী নিষ্ঠাপ্ৰিয়া বৰুৱা( ক্ৰ:নং: ১৬৮), নেহা শইকীয়া (ক্ৰ:নং ২০০)

তৃতীয়: শ্ৰী কস্তুৰী বৰুৱা(ক্ৰ:নং: ১৭৪)


পেঁপা বাদন প্ৰতিযোগিতা 

প্ৰথম: সমন্বয় হঁচৰি দল, ডিগবৈ (ক্ৰ:নং ২৭৭)

দ্বিতীয়: ঘিলামৰা আঞ্চলিক হঁছৰি দল( ক্ৰ:নং: ২৭৬)

তৃতীয়: পচোৱা হঁছৰি দল, ডিগবৈ (ক্ৰ:নং: ২২৫)


ঢোল বাদন প্ৰতিযোগিতা 

প্ৰথম: শ্ৰী নিশান্ত গগৈ (ক্ৰ:নং ৩৪৩)

দ্বিতীয়: শ্ৰী লক্ষ্যৰাজ গগৈ( ক্ৰ:নং: ৩৪০)

তৃতীয়: শ্ৰী কঞ্জনীল বৰগোঁহাই (ক্ৰ:নং: ৩৪১)

শ্ৰী অংশুমান দত্ত (ক্ৰ:নং: ৩৪৬)

আৰু

শ্ৰী বিক্ৰম বিকাশ গগৈ (ক্ৰ:নং: ৩৪৯)


হুঁচৰি প্ৰতিযোগিতা 

প্ৰথম: পচোৱা হুঁচৰি দল, ডিগবৈ 

দ্বিতীয়: ঘিলামৰা আঞ্চলিক হুঁচৰি দল, সমন্বয় হুঁছৰি দল, ডিগবৈ

তৃতীয়: চামপৰীয়া চেমনীয়া হুঁচৰি দল

চতুৰ্থ: বিৰিণা হুঁচৰি দল, পশ্চিম ধেমাজি

পঞ্চম: ধনকলীয়া  হুঁচৰি দল, ঘুগুহা


টকা বিহু প্ৰতিযোগিতা 

বতৰৰ প্ৰতিকূলতাৰ বাবে প্ৰতিযোগিতাখন সম্পূৰ্ণৰূপে অনুষ্ঠিত কৰিব পৰা নগ’ল। সেইবাবে অংশগ্ৰহণকাৰী দলকেইটাৰ মাজত পুৰষ্কাৰৰ ধন সমবিতৰণ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।


৬৫সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ঘিলামৰা

সৰু বিহুৱা প্ৰতিযোগিতা

প্ৰথম: শ্ৰী নিশান্ত গগৈ

দ্বিতীয়: শ্ৰী প্ৰিন্স গগৈ

তৃতীয়: শ্ৰী লক্ষ্যৰাজ গগৈ


টকা বিহু প্ৰতিযোগিতা

প্ৰথম: কাঁচিজোন টকা বিহু দল

দ্বিতীয়: মৰান আঞ্চলিক সমন্বয় টকা বিহু দল

তৃতীয়: বৰদলনি আঞ্চলিক মেজাংকৰী টকা বিহু দল


ঢোল বাদন প্ৰতিযোগিতা ( নিম্ন শাখা )

প্ৰথম: শ্ৰী নিশান্ত গগৈ

দ্বিতীয়: শ্ৰী লক্ষ্যৰাজ গগৈ আৰু শ্ৰী কঞ্জনীল বৰগোঁহাই

তৃতীয়: শ্ৰী নিবিৰ চেতিয়া

আৰু

শ্ৰী প্ৰিন্স গগৈ


সৰু বিহুৱতী প্ৰতিযোগিতা

প্ৰথম: শ্ৰী জুবলী বৰদলৈ ( ক্ৰ:নং: ১৫২) 

দ্বিতীয়: শ্ৰী শিখি ডাফলাৰী ( ক্ৰ:নং: ১৩৩) 

তৃতীয়: শ্ৰী প্ৰিয়ংকা খনিকৰ( ক্ৰ:নং: ১২৪) 

আৰু

শ্ৰী পূৱালী চুতীয়া( ক্ৰ:নং: ১১৫) 


হুঁচৰি প্ৰতিযোগিতা

প্ৰথম: বিৰিণা হুঁচৰি দল, মৰান

দ্বিতীয়: গোমচেং হুঁচৰি দল, ঘিলামৰা

তৃতীয়: ন-জোন হুঁচৰি দল, ডিগবৈ

চতুৰ্থ: ন-কুঁহিপাত হুঁচৰি দল, ডিব্ৰুগড়

পঞ্চম: জাংফাই হুঁচৰি দল, ঘিলামৰা


বৰ বিহুৱা প্ৰতিযোগিতা

প্ৰথম: শ্ৰী ডলফিন গগৈ, ক্ৰ:নং: ৩০৪

দ্বিতীয়: শ্ৰী নিপন চুতীয়া, ক্ৰ:নং: ৩০৫

তৃতীয়: শ্ৰী উৎপল বুঢ়াগোঁহাই ক্ৰ:নং: ৩০২


শ্ৰেষ্ঠ ঢুলীয়া

ক্ৰ:নং: ৩২৩, গোমচেং হুঁচৰি দল


বৰ বিহুৱতী প্ৰতিযোগিতা

প্ৰথম: শ্ৰী ঋতুপৰ্ণা দাস, ডিব্ৰুগড়, ক্ৰ:নং: ৩২৮

দ্বিতীয়: শ্ৰী ৰৌজি কোঁৱৰ, ধেমাজি ক্ৰ:নং: ৩২৯

তৃতীয়: শ্ৰী বৰষা বুঢ়াগোঁহাই, ঘিলামৰা ক্ৰ:নং: ৩৩০

শ্ৰী চয়নিকা দেৱী, ধেমাজি, ক্ৰ:নং: ৩২৪

শ্ৰী বন্যানী গগৈ, মৰান, ক্ৰ:নং: ৩৩১


বিহুৱতী প্ৰতিযোগিতা

প্ৰথম: শ্ৰী ৰিচিকা গোঁহাই,  ক্ৰ:নং: ২৩২

দ্বিতীয়: শ্ৰী প্ৰতীক্ষা গোস্বামী, ক্ৰ:নং: ২৪৭

তৃতীয়: শ্ৰী প্ৰিন্সেছ ডায়েনা হাজৰিকা, ক্ৰ:নং: ২৪২